ডিব্ৰুগড় জিলাৰ টিংখাঙ সমষ্টিৰ অন্তৰ্গত ক্ৰমে নীলমনি চাহ বাগিচা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ আৰু জোঁকতলী চাহ বাগিচা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ শুভাৰম্ভণি কৰে মন্ত্ৰী বিমল বড়াই। অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত প্ৰায় ২৫ লাখ কৈ টকাৰ ব্যয়ৰে সাজি উলিওৱা আদৰ্শ অংগনৱাদী কেন্দ্ৰ দুটি শুভউদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। এই শুভউদ্বোধন অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী লেঙেৰী মণ্ডল আৰু টিংখাং মণ্ডলৰ সন্মানীয় সভাপতিদ্বয়ৰ লগতে বিভিন্ন কাৰ্যকৰ্তা আৰু জনপ্ৰতিনিধি সকল উপস্থিত থাকে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
टुव्हीलर जपा... दिवसाला 12 ते 14 टुव्हीलरची होतेय चोरी...बघा नेमकी बातमी काय...?
टुव्हीलर जपा... दिवसाला 12 ते 14 टुव्हीलरची होतेय चोरी...बघा नेमकी बातमी काय...?
দিপাৱলী উপলক্ষে মৰাণৰ বাৱৰ্চি হোটেলত বাণিজ্য মেলা উদ্ধোধন কৰিলে মন্ত্ৰী যোগেন মহনৰ পত্নী অলি মহনে
সমাগত দিপাৱলী । দিপাৱলী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তৰ দৰে মৰাণতো প্ৰস্তুতি তুংগত উঠিছে। দিপাৱলী...
Bihar में जारी हुई जातिगत जनगणना की लिस्ट, देखें कितनी Hindu और कितने Muslim | Caste based census
Bihar में जारी हुई जातिगत जनगणना की लिस्ट, देखें कितनी Hindu और कितने Muslim | Caste based census
કાગવડ ખોડલધામના ટ્રસ્ટી દિનેશ બાંભણીયા એ ડોડીયાળા ગામે કાર્યક્રમને લઇને પ્રતિક્રિયા આપી
કાગવડ ખોડલધામના ટ્રસ્ટી દિનેશ બાભણીયા એ ડોડીયાળા ગામે કાર્યક્રમને લઇને પ્રતિક્રિયા આપી
નાગદેવ ક્યારેય દૂધ પીતા નથી. નાગપંચમી એ નાગદેવની પુજા કરી રક્ષણ કરવું જરૂરી. સર્પવિદ અશોકભાઈ સાંખટે સર્પની સુરક્ષા કરવા કરી અપીલ.
નાગદેવ ક્યારેય દૂધ પીતા નથી. નાગપંચમી એ નાગદેવની પુજા કરી રક્ષણ કરવું જરૂરી. સર્પવિદ અશોકભાઈ...