টাই ভাষা শিক্ষাৰ জৰিয়তে জাতিটোলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম পুৰণি এখন শিক্ষানুষ্ঠানে। বৰ্তমান চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাটসাকোঁস্থিত কেন্দ্ৰীয় টাই একাডেমী খনে বহু হাজাৰ জনক টাই ভাষা-সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা লগতে জাতিটোৰ স্বকীয় পৰম্পৰাক কিছুহলেও জীয়াই ৰাখিবলৈ সক্ষম হৈছে। তাই ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা পাটসাকোঁ কেন্দ্ৰীয় টাই একাডেমী খনে ইতিমধ্যে ৫৮ টা বৰ্ষ অতিক্ৰম কৰিছে। উল্লেখ্য যে কেৱল তাই সংস্কৃতিৰ গৱেষণা, অধ্যয়ন তথা শিক্ষাৰ ক্ষেত্ৰত অবিৰতভাৱে বেচৰকাৰী ভাৱে দীৰ্ঘদিন অবৈতনিক ভাৱে সক্ৰিয় হৈ ৫৯ বৰ্ষত ভৰি দিয়া এইখনেই হয়তো ৰাজ্যৰ একমাত্ৰ শিক্ষানুষ্ঠান। জানিব পৰা মতে এই শিক্ষানুষ্ঠান খনে ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুমুদিত দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে অনুমতি লাভ কৰিছে যদিও আজিলৈকে শিক্ষানুষ্ঠান খন চৰকাৰী কৰণ নোহোৱাকৈয়ে আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ লাচিত নগৰত টিং খাং সমষ্টিৰ প্ৰভাৰীৰ উপস্থিতিত বিজেপি মৰাণ মণ্ডলৰ কাৰ্য্যকৰ্তা সকলৰ জৰুৰী সভা অনুষ্ঠিত ।
বৃহস্পতি বাৰে টিংখং সমষ্টিৰ প্ৰভাৰী সুভাষ দত্তৰ উপস্থিতিত মৰাণ অৰুনোদয় সংঘত ভাৰতীয় জনতা পাৰ্টিৰ...
આંગણવાડી કાર્યકરો ગાંધીનગર પડતર પ્રશ્નો બાબતે રજુઆત કરવા પહોંચેએ પહેલાં આંગણવાડી કાર્યકરોની અટકાયત
આંગણવાડી કાર્યકરો ગાંધીનગર પડતર પ્રશ્નો બાબતે રજુઆત કરવા પહોંચેએ પહેલાં આંગણવાડી કાર્યકરોની અટકાયત
आखिर सदन में प्रमुख विभागों की मांगों पर बहस से क्यों डर गई राजस्थान सरकार?
राजस्थान विधानसभा में पहला पूर्ण बजट पेश करने के बाद भजनलाल सरकार ने एक ऐसा फैसला लिया है, जिसकी...
कृष्णा सुन्दरकाण्ड समिति व सदस्यों द्वारा 101 क्विंटल हरा चारा किया भेंट
कृष्णा सेवा संस्थान की शाखा कृष्णा सुन्दर कांड समिति द्वारा 101 क्विंटल हरा चारा गौ सेवा के लिए...
पुनर्वसन धोरणात दुरुस्ती करून भूस्खलन सारख्या आपत्तीच्या घटनांच्या समावेश करा
खासदार बाळू धानोरकर यांची मुख्यामंत्री एकनाथ शिंदे यांच्याकडे मागणी
चंद्रपूर :...