টাই ভাষা শিক্ষাৰ জৰিয়তে জাতিটোলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম পুৰণি এখন শিক্ষানুষ্ঠানে। বৰ্তমান চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাটসাকোঁস্থিত কেন্দ্ৰীয় টাই একাডেমী খনে বহু হাজাৰ জনক টাই ভাষা-সংস্কৃতিৰ শিক্ষা প্ৰদান কৰা লগতে জাতিটোৰ স্বকীয় পৰম্পৰাক কিছুহলেও জীয়াই ৰাখিবলৈ সক্ষম হৈছে। তাই ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে ১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা পাটসাকোঁ কেন্দ্ৰীয় টাই একাডেমী খনে ইতিমধ্যে ৫৮ টা বৰ্ষ অতিক্ৰম কৰিছে। উল্লেখ্য যে কেৱল তাই সংস্কৃতিৰ গৱেষণা, অধ্যয়ন তথা শিক্ষাৰ ক্ষেত্ৰত অবিৰতভাৱে বেচৰকাৰী ভাৱে দীৰ্ঘদিন অবৈতনিক ভাৱে সক্ৰিয় হৈ ৫৯ বৰ্ষত ভৰি দিয়া এইখনেই হয়তো ৰাজ্যৰ একমাত্ৰ শিক্ষানুষ্ঠান। জানিব পৰা মতে এই শিক্ষানুষ্ঠান খনে ইতিমধ্যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুমুদিত দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে অনুমতি লাভ কৰিছে যদিও আজিলৈকে শিক্ষানুষ্ঠান খন চৰকাৰী কৰণ নোহোৱাকৈয়ে আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kolhapur : राधानगरी धरण ९५ टक्के भरले, स्वयंचलीत दरवाजे उघडण्याची शक्यता...BPN news network
Kolhapur : राधानगरी धरण ९५ टक्के भरले, स्वयंचलीत दरवाजे उघडण्याची शक्यता...BPN news network
Delhi Air Quality: दिल्ली में दमघोंटू हवा फिर लाई आफत, AQI लेवल बेहद खराब
New Delhi:
Delhi Air Quality Today: राष्ट्रीय राजधानी दिल्ली में वायु प्रदूषण एकबार...
लेखक सलमान रुश्दी पर न्यूयोर्क में जानलेवा हमला.
लेखक सलमान रुश्दी, शुक्रवार, 12 अगस्त, 2022 को चौटाउक्वा, एनवाई में चौटाउक्वा संस्थान में एक...
मार्केट में आते ही छा गई Redmi की यह सीरीज, लॉन्चिंग के मात्र 14 दिन में बिक गए 10 लाख फोन
रेडमी ने बीते महीने ही अपने यूजर्स के लिए Redmi K70 Series को लॉन्च किया है। इस सीरीज में कंपनी...