নলবাৰীত সংঘটিত হল সোণৰ গহণা চুৰিকাণ্ড।আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হল চুৰি সোণৰ গহণা।নলবাৰীৰ চামতা পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃত্যুঞ্জয় দাস আৰু বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিটুমনি শৰ্মাৰ নেতৃত্বত সফল অভিযান।উল্লেখ্য যে নলবাৰীৰ গামেৰিমুৰিৰ ৰূপক শৰ্মাৰ ঘৰৰপৰা যোৱা ৰবিবাৰে সন্ধিয়া চুৰি হৈছিল প্ৰায় পাচ লাখ টকাৰ সোণৰ গহণা আৰু কাপোৰৰ লগতে নগদ ধন।এই চুৰিকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত কৰ্ণ বৰ্মন আৰু পুৰৱী বৰ্মন নামৰ এহাল দম্পতীক ইতিমধ্যেই আটক কৰিছে আৰক্ষীয়ে।দম্পতী হালৰ স্বীকাৰোক্তিৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে চোৰাং সোণৰ গহণা।চুৰি হোৱা সোণৰ গহণাৰ লগতে নগদ ধন ৰঙিয়া আৰু গোবৰাদলৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। চুৰি সোণৰ গহণা "জান্না স্মল ফাইনেন্স জমা দি দম্পতী হালে লৈছিল ঋণ।কিন্তু কোনো তথ্য অবিহনেই জান্না স্মল ফাইনেন্স বেংকে কেনেকৈ ঋণ দিলে সেই সম্পৰ্কেও চলিছে তদন্ত ।আৰক্ষীৰ এনে তৎপৰতাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिला कलक्टर टीना डाबी ने शोभाला जेतमाल में रात्रि चौपाल के दौरान सुनी आमजन की परिवेदनाएं
संबंधित विभागीय अधिकारी रात्रि चौपाल के प्रकरणों का त्वरित निस्तारण सुनिश्चित करें। अधिकतम सात...
G20 सम्मेलन नहीं आ रहे China के राष्ट्रपति Xi Jinping, इस पर USA का क्या कहना है? (BBC Hindi)
G20 सम्मेलन नहीं आ रहे China के राष्ट्रपति Xi Jinping, इस पर USA का क्या कहना है? (BBC Hindi)
संभाजीनगरमध्ये ३ ऑगस्ट रोजी विद्रोही चळवळीतर्फे मराठी भाषा व संस्कृती बचाव परिषद होणार*
संयुक्त महाराष्ट्र चळवळीच्या अभूतपूर्व लढ्यातून बनलेले महाराष्ट्र हे संविधानिक राज्य आहे....