মা দীর্ঘেশ্বৰী দেৱালয়ত ৰাজ্যবাসীৰ মংগলৰ কাৰণে প্রার্থনা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।। দেৱালয়ৰ পৱিত্ৰতা-শান্তিয়ে এজন ব্যক্তিক আধ্যাত্মিকতাৰ অনুভৱেৰে সমাজৰ কল্যাণৰ বাবে পৰমেশ্বৰৰ প্ৰতি নিজকে সমৰ্পিত কৰি আগুৱাই যাবলৈ উৎসাহ যোগায় বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ।। দক্ষিণা কালী মহা যজ্ঞৰ মাংগলিক উপলক্ষত দেৱালয়ত এখন স্মৰণিকা উন্মোচন কৰি অনন্য সুখ লাভ কৰিছো বুলিও মন্তব্য প্ৰকাশ ।। এই স্মৰণিকাখনে সমগ্ৰ ৰাজ্য আৰু বাহিৰৰ লোকসকলক মা দীৰ্ঘেশ্বৰী দেৱালয় আৰু ইয়াৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে অধিক জানিবলৈ সহায় কৰিব বুলি মন্তব্য প্ৰকাশ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
অকনিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহাৰ নব গঠিত জোঙালবলহু শাখা সমিতিৰ দ্বাৰ উন্মোচন আৰু পাঠ্যক্ৰম শুভাৰম্ভ।
১৯৯৪চনৰ ১জানুবাৰীত শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান...
Reliance Jio के इन प्लान के साथ मिलता है Unlimited 5G का फायदा, यहां चेक करें पूरी लिस्ट
रिलायंस जियो अपने कस्टमर्स के लिए बहुत से खास प्लान लाता है जिसमें आपको कई बेनिफिट्स मिलते हैं।...
ધ્રાંગધ્રા સીટી પોલીસ સ્ટેશનમાં કડક પી.આઈ ની છાપ ધરાવતા પી.આઈએ ચાર્જ સંભાળ્યો
ધ્રાંગધ્રા સીટી પોલીસ સ્ટેશનમાં કડક પી.આઈ ની છાપ ધરાવતા પી.આઈએ ચાર્જ સંભાળ્યો
Supriya Sule request to Amit Shah | "महाविकास आघाडीच्या आमदारांना Z+ सिक्युरिटी द्या"
Supriya Sule request to Amit Shah | "महाविकास आघाडीच्या आमदारांना Z+ सिक्युरिटी द्या"