আজি জনতা ভৱনত ধিং এক্সপ্ৰেছ হিমা দাসৰ সৈতে বার্তালাপ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ।। সাক্ষাৎকালত বাৰ্মিংহামত অলপতে অনুষ্ঠিত কমনৱেলথ গেমছত তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে হিমা দাসে । ২০২৬ চনৰ কমনৱেলথ গেমছৰ বাবে কঠোৰ অনুশীলনৰ কথা ব্যক্ত কৰাৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা সকলো সহায়ৰ আশ্বাস প্রদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ লগতে আজি মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ কিছু আৰ্থিক সাহায্য আগবঢ়াই হিমা দাসে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Mumbai की सबसे पुरानी दुर्गा पूजा में शामिल हुईं Film Actress Kajol | Navratri | Bollywood
Mumbai की सबसे पुरानी दुर्गा पूजा में शामिल हुईं Film Actress Kajol | Navratri | Bollywood
બે મહિલાઓને ચોરીના મુદ્દામાલ સાથે પોલીસ એ ઝડપી પાડી
બે મહિલાઓને ચોરીના મુદ્દામાલ સાથે પોલીસ એ ઝડપી પાડી
Rajya Sabha Election: Himachal में 'ऑपरेशन लोटस' की आहट, CM Sukhwinder Singh ने कर दिया ये दावा
Rajya Sabha Election: Himachal में 'ऑपरेशन लोटस' की आहट, CM Sukhwinder Singh ने कर दिया ये दावा