অসম সাহিত্য সভাৰ গাহৰি বিতৰ্কক লৈ মুখ খুলিলে প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ ছিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ।
খাদ্য প্ৰণালীক লৈ কথা কোৱাৰ অধিকাৰ আমাৰ কাৰোৰে নাই ।
লগতে অসম সাহিত্য সভাত এনে ধৰণৰ বিতৰ্ক কেতিয়াও কাম্য নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক গৰাকীৰ।