শোণিতপুৰৰ চাৰিদুৱাৰত অৱস্থিত CRPF ৩০ বেটেলিয়ন পৰিদৰ্শন কৰে CRPF ৰ যোৰহাট খণ্ডৰ মহাপৰিদৰ্শক সৰৱজিৎ সিঙে । পৰিদৰ্শনৰ সময়ছোৱাত বেটেলিয়নটোৰ নিয়োগ এলেকা, শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰৰ কাৰ্যকৰী আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ বুজ লয়। উক্ত সময়ছোৱাত বেটেলিয়নৰ মুখ্য কাৰ্যালয়ত খণ্ডটোৰ সকলো বেটেলিয়নৰ নিম্ন চিকিৎসা শ্ৰেণীৰ কৰ্মীসকলৰ বাবে চলি থকা প্ৰি-ইণ্ডাকচন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি জোৱানসকলক উৎসাহিত কৰে। একেদৰে তেজপুৰত থকা বেটেলিয়নৰ কোম্পানীটোও মহাপৰিদৰ্শক গৰাকীৰ দ্বাৰা পৰিদৰ্শন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ মাকুমত টাই আহোম উন্নয়ন পৰিষদৰ বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্য্যসূচী
তিনিচুকীয়াৰ মাকুমত টাই আহোম উন্নয়ন পৰিষদৰ বিভিন্ন সামগ্ৰী বিতৰণ কাৰ্য্যসূচী
અમરેલી સહિત સૌરાષ્ટ્રમાં વાતાવરણમાં પલટો આવતાં કેરીના પાકને નુક્સાન થવાની ભીતી
અમરેલી સહિત સૌરાષ્ટ્રમાં વાતાવરણમાં અચાનક પલટો આવતાં કેરીના પાકને નુક્સાન થવાની સંભાવના વધી રહી...
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price
Stock Fall Big Alert | Block Deal है संभव, Stock को कैसे करें Approach? | Mankind Pharma Share Price