টিংখাঙৰ জোঁকতলী চাহ বাগিচা,নীলমণি চাহ বাগিচাত নৱ নিৰ্মিত আদৰ্শ অংগনৱাড়ী কেন্দ্র শুভ উদ্বোধন কৰে টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই।এই কেন্দ্ৰসমূহে শিশুৰ বাবে শিক্ষা,পুষ্টি আৰু খেলৰ সা-সুবিধাসমূহৰ উপৰিও শিশু আৰু গৰ্ভৱতী মহিলা তথা স্তনপান কৰাই থকা মহিলাসকলৰ সামগ্ৰিক বিকাশৰ আৰু পৰ্যাপ্ত পুষ্টি যোগানৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
4
আকাশৰ ঠিকনা বিচাৰি চুটি ছবি মুকলি
অভিনয় কৰিছে ৰাঘব বৰা , মাইনী, নৰিম দাধৰা,
কাহিনী টো লিখিছে পাহী হাজৰিকাই
লালুক হান্তিপুৰৰ কেইজন মান যুৱক- যুৱতী মিলি এখনি চুটি ছবি মুকলি দিছে ৰাইজ বাবে।
লালুক শান্তিপুৰত আকাশ ঠিকনা বিচাৰি চুটি ছবি মুকলি
બનાસકાંઠા જિલ્લામાં વધુ એક દૂધ મંડળીમાં ઉચાપતની ઘટના સામે આવી છે
બનાસકાંઠા જિલ્લામાં વધુ એક દૂધ મંડળીમાં ઉચાપતની ઘટના સામે આવી છે
રિક્ષા ચાલક અને ચેમ્બર ઓફ કોમર્સ ના પ્રમુખ વચ્ચે મીટીંગ યોજાઈ
રિક્ષા ચાલક અને ચેમ્બર ઓફ કોમર્સ ના પ્રમુખ વચ્ચે મીટીંગ યોજાઈ
World Cup 2023: ENG vs NZ के बीच खेला जाएगा विश्व कप का ओपनिंग मैच, जानें भारत कब खेलेगा अपना पहला मुकाबला?
ICC ODI World Cup 2023। वनडे विश्व कप 2023 की मेजबानी इस साल भारत कर रहा है। अक्टूबर-नवंबर...