মৰাণৰ আটা গুদামত উদ্ধাৰ হোৱা কৃষি বিভাগৰ ৩৬।বেগ ঘেহু কৃষি বিভাগ নিজৰ জিম্মালৈ আনি কৃষি বিভাগৰ চৰকাৰী গুদামলৈ লৈ।আনে।উলখযোগ্য যে মৰাণৰ শ্যাম ইণ্ডা ষ্ট্ৰিৰ আটা গুদামত উদ্ধাৰ হৈছিল Not for sellখানাপাৰা গুৱাহাটি লিখা ৩৬।বেগ ঘেহু বীজ।ইয়াৰ পিছতেই নিশা প্ৰশাসনৰ লোক গৈ ছীল কৰি।দিছিল আটাৰ গুদামটো। এই।ঘেহু বাবলুনেৱাৰ আৰু মৰাণৰ জনৈক পাণ্ডে উপাধিৰ দা লালৰ পৰা আটা গুদামৰ স্বত্বাধিকাৰীয়ে ৩২ হেজাৰ।টকাত ক্ৰয় কৰিছিল। কৃষি।বিভাগৰ লোকে অপৰাধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ আশ্বাস।দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Pakistan से आई Seema के पति ने किया बड़ा खुलासा, नहीं हुआ तलाक। PUBG Game। Breaking News
PUBG Game | Pakistani Women | पाकिस्तान की सीमा हैदर को भारत के सचिन से प्यार हो गया.. ये प्यार...
न्यूनतम मासिक पेंशन बढ़ोतरी के लिए भारतीय मजदूर संघ ने दिया क्षेत्रीय आयुक्त को प्रधानमंत्री के नाम ज्ञापन
कर्मचारी पेंशन स्कीम (EPS) 1995 के अन्तर्गत न्यूनतम मासिक पेंशन बढ़ोतरी के लिए भारतीय मजदूर संघ...
વડોદરા મહાનગરની સયાજીગંજ વિધાનસભાના વોર્ડ ૧-૨માં યુવા મોરચાના 'રન ફોર ડેવલપમેન્ટ' અંતર્ગત બેઠક યોજાઇ
વડોદરા મહાનગરની સયાજીગંજ વિધાનસભાના વોર્ડ ૧-૨માં યુવા મોરચાના 'રન ફોર ડેવલપમેન્ટ' અંતર્ગત બેઠક યોજાઇ
जंगल से भटके चीतल की टे्रन से टकराकर मौत
JABALPUR : जंगल से भटके चीतल की टे्रन से टकराकर मौत।
जबलपुर. एमपी के जबलपुर स्थित सतपुल...