তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে অসমৰ একমাত্ৰ শিক্ষক হিচাপে এইবছৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।মিনাক্ষী গোস্বামী ইংৰাজী বিষয়ৰ এগৰাকী দক্ষ শিক্ষয়িত্ৰী।৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব।দেশৰ ৪৬ গৰাকী শিক্ষকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SOG ક્રાઇમ બ્રાન્ચ અમદાવાદ ની ટીમેCodeine Phosphate ની ૯૦૦ નંગ બોટલ સાથે એક આરોપીને પકડી લીધો.
SOG ક્રાઇમ બ્રાન્ચ અમદાવાદ ની ટીમેCodeine Phosphate ની ૯૦૦ નંગ બોટલ સાથે એક આરોપીને પકડી લીધો.
दिल्ली में विदेश मंत्रालय के वरिष्ठ अधिकारी के साथ लूट, कार का शीशा तोड़कर बदमाश उड़ा ले गए कीमती सामान
राष्ट्रीय राजधानी दिल्ली में आम से लेकर खास तक, कोई भी सुरक्षित नहीं है। विदेश मंत्रालय...
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
অসমত আপ কেতিয়াও নাহেঃ মন্ত্ৰী যোগেন মহন
बीडमधून शिवसेनेच्या वतीने निष्ठा यात्रेला सुरुवात@india report
बीडमधून शिवसेनेच्या वतीने निष्ठा यात्रेला सुरुवात@india report