কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং মৎস্য চিকাৰৰ অভিযোগত দুজনক আটক। কলিয়াবৰ মহকুমাৰ নজানৰ পৰা আটক জালাউদ্দীন আৰু আমীৰ আলী নামৰ দুজনক। উল্লেখ্যে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰী বনাঞ্চলৰ অন্তৰ্গত বোকা বিলত গোপনে মৎস্য চিকাৰ কৰি ব্যৱসায় চলাই আছিল ধৃত লোকদুজনে।বৃহস্পতিবাৰে বনকৰ্মীয়ে অভিযান চলাই ৬০ কেজি মাছ, চিকাৰৰ সামগ্ৰীসহ দুয়োকে আটক কৰে।আটকাধীন লোক দুজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত চলাইছে বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बेकाबू कार ने छात्र-छात्राओं को मारी टक्कर 7 लोग घायल, अनियंत्रित होकर खाई में घुसी
रायबरेली में बरातियों को लेकर जा रही कार अचानक टायर फट गया। बेकाबू हुई कार सड़क से गुजर रहे छह...
आपको भी WhatsApp पर आते हैं ऑडर डिलीवरी मैसेज तो हो जाएं सावधान, Jio , Airtel और Vi ने दी नेशनल सिक्योरिटी की चेतावनी
पिछले कुछ दिनों से हमें हमारी आर्डर की डिलीवरी और अन्य मैसेज हमारे वॉट्सऐप पर आने लगे है। हमारे...
વડાપ્રધાન નરેન્દ્ર ભાઈ મોદીજીના જન્મદિવસ નિમિત્તે તિલકવાડા એકલવ્ય સ્કૂલ અને વોરા શારદા મંદિર હાઈસ્કૂલ ખાતે રંગોલી સ્પર્ધા યોજાઇ
વડાપ્રધાન નરેન્દ્ર ભાઈ મોદીજીના જન્મદિવસ નિમિત્તે તિલકવાડા એકલવ્ય સ્કૂલ અને વોરા શારદા મંદિર...
Bollywood Updates: Aarya 3 का Trailer हुआ लॉन्च, इवेंट में Sushmita Sen समेत इन सितारों ने की शिरकत
Bollywood Updates: Aarya 3 का Trailer हुआ लॉन्च, इवेंट में Sushmita Sen समेत इन सितारों ने की शिरकत
যেৰহাট জিলা প্ৰশাসনে মিলেনিয়াম পাৰ্কত আয়োজন কৰে "স্বাধীনতাৰ অমৃত সন্ধিয়া"
ভাৰতবৰ্ষৰ ৭৫ বছৰ বৰ্ষপুৰ্তি উপলক্ষে স্বাধীনতাৰ "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি ১৩ আগষ্ট...