তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মিনাক্ষী গোস্বামীয়ে অসমৰ একমাত্ৰ শিক্ষক হিচাপে এইবছৰৰ ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।মিনাক্ষী গোস্বামী ইংৰাজী বিষয়ৰ এগৰাকী দক্ষ শিক্ষয়িত্ৰী।৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত দেশৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব।দেশৰ ৪৬ গৰাকী শিক্ষকক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
निलंबित कांस्टेबल रविंद्र मलिक को नयापुरा थाना पुलिस ने हरियाणा से किया गिरफ्तार
कोटा नयापुरा थाना पुलिस ने निलंबित कांस्टेबल रविंद्र मलिक को हरियाणा से गिरफ्तार किया है, नयापुरा...
মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ জেষ্ঠ বৈষ্ণৱৰ
মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ বৰগায়ন সাগৰ বৰা বৰগাঁয়ন আজি ৯৩ বছৰ বয়সত বাধ্যক জনিত কাৰনত মৃত্যু...
জেএমএমৰ উৎকোচ গোচৰত '৯৮ চনৰ ৰায় পুনৰ পৰীক্ষা কৰিব এছচি; ৭ জনীয়া বিচাৰপীঠ গঠন
উচচতম ন্যায়ালয়ে ১৯৯৮ চনৰ পি ভি নৰসিংহ ৰাও গোচৰৰ ৰায়দান পুনৰ পৰীক্ষা কৰিবলৈ সন্মত হয়,...
રૂપેશ ઠક્કરે આચર્યું વધુ એક કૌભાંડ
#buletinindia #gandhinagar #gujarat #news