জোনাইৰ উজনি বিজয়পুৰত গাঞ্জাসহ দুজন যুৱকক আটক ৰাইজে 

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে জোনাইৰ উজনি বিজয়পুৰৰ মৰিশালিত ভাঁঙখাই থকা দুজনক ৰাইজে আতক কৰি গটাই দিয়ে জোনাই আৰক্ষীক ৷

শুনক স্থানীয় ৰাইজৰ মুখেৰেই