দেশৰ প্ৰত্যেক গাঁৱতে বিজুলী সংযোগৰ লক্ষ্যৰে চৰকাৰে লোৱা আঁচনি এতিয়া সফলতাৰ পথত। শক্তি বিভাগৰ বিভিন্ন দিশ সামৰি সজাগতাৰ লক্ষ্যৰে বিজুলী মহোৎসৱৰ অংশ হিচাপে ছিপাঝাৰতো উদযাপন কৰা হয় বিজুলী মহোৎসৱ।