নলবাৰী সমষ্টিৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱা অঞ্চলৰ জৰাজীৰ্ণ কাঠৰ দলঙে দীৰ্ঘদিনৰ পৰা ৰাইজক জিয়াতু ভোগাই আছে৷স্থানীয় বিধায়কে দলংখন মেৰামতিৰ আশ্বাস দিছিল যদিও সি কাৰ্য্যকৰি নহল৷সমষ্টিটোৰ অন্তৰ্গত নাৰায়ণপূৰ,মুকালমুৱা গাওঁ পঞ্চায়তৰ সাপকাটাৰ পৰা কান্ধবাৰীলৈ যোৱা জলসম্পদ বিভাগৰ মঠাউৰিৰ ওপৰত থকা দলংখন শিঘ্ৰে মেৰামতিৰ দাবী কৰিছে ভূক্তভোগি ৰাইজে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बालों की देखभाल ऐसे करे Dr Tanvi Mayur Patel
बालों की देखभाल ऐसे करे Dr Tanvi Mayur Patel
हत्या के प्रकरण मे वांछित फरार 10 हजार रूपये का इनामी आरोपी गिरफतार
जिला पुलिस अधीक्षक बून्दी हनुमान प्रसाद ने बताया कि ग्राम रेण में दिनांक 23. 01.2024 को...
অভিভাৱক সভা
বিশাল অভিভাৱক সমাৰোহ।।*
গোলাঘাট
পূব প্ৰাথমিক শিক্ষা খণ্ড-গোলাঘাটৰ অন্তৰ্গত আমগুৰি মধ্য...
રાધનપુર: નર્મદા વિભાગ ની બેદરકારી આવી સામે, મહેમદાવાદ કેનાલ માં ગાબડું પડતાં ખેતરો માં જળ બંબાકાર
પાટણરા, રાધનપુર
રાધનપુર: નર્મદા વિભાગ ની ઘોર બેદરકારી આવી સામે,માઈનોર 3 કેનાલ નાં તળિયામાં ભંગાણ...