অহা-যোৱা কৰিবলৈ পথ নাই ৰহাৰ ৰহাচকী, মাজগাঁও, হাৰিয়ামুখ অঞ্চলত। অভাৱনীয় সমস্যাত পৰিছে ছাত্ৰ-ছাত্ৰী, জনসাধাৰণ। বিগত প্ৰলয়ংকৰী কলঙৰ বানে ভাগি নিলে ৰহাৰ ৰহাচকীৰ পথৰ এটা অংশ। আজিও পোনপটীয়া যোগাযোগ বিচ্ছিন্ন হৈ আছে অঞ্চলটোৰ। কিন্তু শেহতীয়াকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল সন্মুখীন হৈছে অভাৱনীয় সমস্যাৰ। স্কুল কলেজলৈ আহিবলৈ পথ নাই। বানে ভগা অংশত লোকনিৰ্মাণ বিভাগে এখন বাঁহৰ দলং সাজি দিছে। কিন্তু সেই দলঙেৰে ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰা সুচল নহয়। বাঁহৰ দলং পাৰ হৈ ৰে'লপথত উঠিব লাগে। চাওক কেনেদৰে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰিবলগীয়া হৈছে। কন কন ছাত্ৰ-ছাত্ৰীক অভিভাৱকে দাঙি আনিবলগীয়া হৈছে, চাইকেলখন দাঙি আনি দিছে কোনোৱে। এনেদৰেই এতিয়া অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে। বান শুকুৱা প্ৰায় দুমাহেই হ'ল যদিও আজিলৈকে বানে ভগা পথচোৱা মেৰামতি কৰা নহ'ল। যাৰ ফলত অঞ্চলৰ অগনন ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণে এতিয়া যমৰ যাতনা ভুগিবলগীয়া হৈছে। সেয়ে শীঘ্ৰে বানে ভগা পথটো পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ কৰিছে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
KYC में आज Mahindra Lifespaces के MD संग कंपनी की Business Outlook & Growth Strategy पर चर्चा
KYC में आज Mahindra Lifespaces के MD संग कंपनी की Business Outlook & Growth Strategy पर चर्चा
सकलानगरकडे जाणा़रा रस्ता चिखलमय
औरंगाबाद : सातारा परिसरातील सकलानगरात जाण्यासाठी बीड बायपास रोडवरून आत येणाऱ्या रस्त्याचे...
કઠલાલ નગરપાલિકા કર્મચારીઓ દ્વારા મામલતદાર કચેરી ખાતે આવેદન પત્ર આપવામાં આવ્યું.
કઠલાલ નગરપાલિકા કર્મચારીઓ દ્વારા મામલતદાર કચેરી ખાતે આવેદન પત્ર આપવામાં આવ્યું.
રીક્ષા ચાલક 100 કરોડનો માલિક..! જુઓ ક્યાંથી આવ્યા આટલા રૂપિયા.? | GUJARAT | GUJARATI NEWS BULLETIN
રીક્ષા ચાલક 100 કરોડનો માલિક..! જુઓ ક્યાંથી આવ્યા આટલા રૂપિયા.? | GUJARAT | GUJARATI NEWS BULLETIN
કાલોલ વિધાનસભામા સભ્ય બનાવવા માટે ભાજપ કોલેજના વિદ્યાર્થીઓ ના શરણે !
ભાજપે દેશભરમાં સદસ્યતા અભિયાનની શરૂઆત કરી છે. વડાપ્રધાન નરેન્દ્ર મોદીએ ભાજપના પ્રથમ સભ્ય બનીને...