আজাদী কা অমৃত মহোৎসৱ ক সংহতি ৰাখি আজি খাৰুপেটীয়া ৰামকৃষ্ণ সেৱাশ্ৰম উদ্যোগত অনুষ্ঠিত হয় "যুৱ সম্মিলন " । খাৰুপেটীয়া অঞ্চলৰ বিভিন্ন বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীযে অংশগ্ৰহণ কৰে যুৱ সম্মিলন ত । অনুষ্ঠান ত উপস্থিত থাকে গুৱাহাটীৰ ৰামকৃষ্ণ সেৱাশ্ৰম ৰ স্বামী বিক্ৰমানন্দ যি মহাৰাজ । কার্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে দৰং ৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা । দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্মিলন ত বিভিন্ন বিশিষ্ঠ অতিথিয়ে স্বামী বিবেকানন্দ ৰ ওপৰত ব্যক্তব্য দিয়াৰ উপৰিও বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BJP MP Locket Chatterjee breaks down as she recounts an alleged incident of sexual assault.
BJP MP Locket Chatterjee breaks down as she recounts an alleged incident of sexual assault by TMC...
iOS 17.2.1 Update: एपल ने आईफोन यूजर्स के लिए जारी किया नया अपडेट, macOS 14.2.1 beta को लेकर भी हुआ एलान
एपल ने अपने आईफोन यूजर्स के लिए iOS 17.2.1 अपडेट रिलीज कर दिया है। इस सॉफ्टवेयर अपडेट के साथ...
টিংখাঙত গাওঁৰক্ষী বাহিনীৰ সভাত আৰক্ষী অধিক্ষক। টিংখাঙৰ মাজেৰে সৰবৰাহ হয় ড্ৰাগছ।
ম্যানমাৰ, নাগালেণ্ড, ডিমাপুৰ নামতোলাৰ পৰা টিংখাঙৰ মাজেৰে সৰবৰাহ হৈ আছে মাৰাত্মক ড্ৰাগছ। ডিব্ৰুগড়...
लाडली बहना योजना के शिविरों का अजयगढ SDM ने किया औचक निरीक्षण
अजयगढ:-प्रदेश सरकार के द्वारा लाडली बहिना योजना का प्रारंभ किया गया जिसके लिये अजयगढ नगर परिसद...