দৰংৰ গণেশ কুৱাৰীত বোৱাৰী ৰহস্য জনক মৃত্যু। 

ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ বোৱাৰী গৰাকী। 

বোৱাৰী গৰাকীৰ নাম দীপশিখা দাস (22)

দ্বীপশিখাৰ পৰিয়ালৰ লোকে সন্দেহ কৰিছে এয়া পৰিকল্পিত হত্যা।

এবছৰ পূৰ্বে গণেশ কুঁৱৰীৰ মণ্টু ডেকাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল দ্বীপশিখা। 

হত্যাকাণ্ডৰ লগত দেওৰেক জড়িত থকাৰ অভিযোগ দ্বীপশিখাৰ পৰিয়ালৰ। 

মাৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ অনা হৈছে মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত। 

আৰক্ষী তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে পোহৰলৈ আহিব এয়া প্রকৃততে হত্যা নে আত্মহত্যা।