ৰঙিয়াত জিলা ক্ৰীড়া সন্থাৰ স্পৰ্টছ একাডেমীৰ আধাৰশিলা স্থাপন কাৰ্যসূচী আজি অনুষ্ঠিত হয় ।ৰাজ্য সভাৰ সাংসদ তথা ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতাই সাংসদ পুঁজিৰ পৰা আবন্টন দিয়া দহলাখ টকা ব্যয় সাপেক্ষে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ স্পৰ্টছ একাডেমী আধাৰশিলা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্যৰ লগতে সমূহ বিষয়ববীয়া, সদস্যৰ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ জৰুৰী সভা ২৬আগষ্টত
ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সভাপতি মনিকা দাস আৰু সম্পাদক মৃদুল হাজৰিকাই জানিব দিয়ে...
Auranagabad | शेतकऱ्यांच्या हातातोंडाशी आलेला घास परतीच्या पावसाने हिरावला
Auranagabad | शेतकऱ्यांच्या हातातोंडाशी आलेला घास परतीच्या पावसाने हिरावला
Ruckus In JK Assembly: जम्मू-कश्मीर विधानसभा में हंगामे को लेकर NC-Congress पर भड़की Smriti Irani
Ruckus In JK Assembly: जम्मू-कश्मीर विधानसभा में हंगामे को लेकर NC-Congress पर भड़की Smriti Irani
G20 का मेहमान Canada, जहां मुक्का मारकर प्रधानमंत्री बन गए Justin Trudeau | Khalistan
G20 का मेहमान Canada, जहां मुक्का मारकर प्रधानमंत्री बन गए Justin Trudeau | Khalistan