কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বাৰাংহাটী কাৰাটে একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটি আজি আবেলি সুদৰ্শন ক্লাৱ,বাৰাংহাটী প্ৰাংগনত অনুষ্ঠিত হয়৷উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাত বাৰাংহাটী কাৰাটে একাডেমিৰ ছাত্ৰ ক্ৰমে ৰক্তিম কলিতাই সোনৰ আৰু হিয়ানজিত শইকীয়াই ব্ৰঞ্জৰ পদক পায় একাডেমিলৈ গৌৰৱ কঢ়িয়াই অনাৰ হেতুত তেওঁলোককো সম্বৰ্ধনা জনাই৷আৰম্বপূৰ্ণ উক্ত অনুষ্ঠানটিত প্ৰশিক্ষক কৃষ্ণ কলিতা আৰু ছাত্ৰছাত্ৰী সকলে কেক কাটি আনন্দ প্ৰকাশ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰমাৰ মাহখৰীয়াৰ ৰাইজৰ সৈতে মত বিনিময় ই.এম ৰাকেশ ব্ৰহ্মৰ
বাক্সা জিলাৰ বৰমাৰ মাহখৰীয়াত দিনৰ ভাগত উপস্হিত হয় ৰাইজৰ সৈতে মত বিনিময় কৰে ২৪ নং মুছলপুৰ পৰিষদীয়...
ઈન્સ્ટન્ટ લોનની લાલચમાં ફસાઈ રહ્યા છે લોકો, કેટલાકે ગુમાવ્યા જીવ
KYC અને ડોક્યુમેન્ટ વેરિફિકેશન વગર લોન આપતી મોબાઈલ એપ્સ એક પછી એક લોકોના શ્વાસ લઈ રહી છે. આ એપ્સ...
मराठवाडा मुक्ती संग्राम दिनानिमित्त उद्या परभणीत अतुल सावे यांच्या हस्ते ध्वजारोहण होणार
परभणी(प्रतिनिधी)मराठवाडा मुक्ती संग्राम दिनानिमित्त शनिवारी (दि.17) सकाळी 9 वाजता शहरातील वसमत...
Shiv Sena UBT नेता Sachin Ahir ने कहा- अजित पवार जैसे सभी विपक्षी नेताओं को मिलनी चाहिए | Aaj Tak
Shiv Sena UBT नेता Sachin Ahir ने कहा- अजित पवार जैसे सभी विपक्षी नेताओं को मिलनी चाहिए | Aaj Tak