কঞাঁ ৰাজহচক্ৰৰ অন্তৰ্গত বাৰাংহাটী কাৰাটে একাডেমিৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানটি আজি আবেলি সুদৰ্শন ক্লাৱ,বাৰাংহাটী প্ৰাংগনত অনুষ্ঠিত হয়৷উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে ৰঙিয়া জিলা কাৰাটে প্ৰতিযোগিতাত বাৰাংহাটী কাৰাটে একাডেমিৰ ছাত্ৰ ক্ৰমে ৰক্তিম কলিতাই সোনৰ আৰু হিয়ানজিত শইকীয়াই ব্ৰঞ্জৰ পদক পায় একাডেমিলৈ গৌৰৱ কঢ়িয়াই অনাৰ হেতুত তেওঁলোককো সম্বৰ্ধনা জনাই৷আৰম্বপূৰ্ণ উক্ত অনুষ্ঠানটিত প্ৰশিক্ষক কৃষ্ণ কলিতা আৰু ছাত্ৰছাত্ৰী সকলে কেক কাটি আনন্দ প্ৰকাশ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
असंघटीत क्षेत्रातील कामगारांपर्यंत सामाजिक
सुरक्षिततेची योजना पोहचवा
- केंद्रीय मंत्री भुपेंद्रसिंग यादव
स्वच्छ भारत अभियान, प्रधानमंत्री आवास योजना, जलजीवन मिशनसह विविध योजनांचा घेतला आढावा
औरंगाबाद, :- ई-श्रम योजना ही केंद्र सरकारडून सुरू केलेली एक महत्वपूर्ण योजना...
Farmers Protest: किसानों के समर्थक में आए CM Bhagwant Mann, केंद्र सरकार से किया ये अनुरोध | Aaj Tak
Farmers Protest: किसानों के समर्थक में आए CM Bhagwant Mann, केंद्र सरकार से किया ये अनुरोध | Aaj Tak
બનાસકાંઠા સફાઈ કામદાર સેલ દ્વારા ભગવાન મહર્ષિ વાલ્મિકી ઋષિજીની જન્મજયંતિ ઉજવામાં આવી
બનાસકાંઠા સફાઈ કામદાર સેલ દ્વારા ભગવાન મહર્ષિ વાલ્મિકી ઋષિજીની જન્મજયંતિ ઉજવામાં આવી