এক হৃদয় বিদাৰক কাহিনী৷ ৪টি শিশুৰ কাহিনী শুনিলে চকু সেমেকি উঠিব৷ দিব্যাংগ ভনীয়েকক লৈ তিনি কনমানি ঢেকীয়াজুলিৰ পৰা তেজপুৰত উপস্থিত হল৷ শিশু কেইটাৰ পিতৃ গনেশ ঘাটোৱাৰে কিছুদিন পুৰ্বে আত্মহত্যা কৰিছে৷ মাক লতা ঘটোৱাৰ আনলৈ পলাই গল৷ শিশু ৪ টা ই আশ্ৰয় ললে খুড়াক খুড়ীয়েকৰ ঘৰত৷ কিন্ত খুড়াকৰ ঘৰতো চলিল শিশু কেইটা ৰ ওপৰত অত্যাচাৰ৷ নিদিয়ে খাবলৈ আৰু লগতে দিব্যাংগ শিশুটিক মাৰধৰ কৰে৷ অবশেষত তিনি ভাতৃয়ে ভনীয়েকক লৈ তেজপুৰ পালেহি৷ তেজপুৰৰ নৱপ্ৰভাত অনাথ আশ্ৰমত আশ্ৰয় বিছাৰিলে৷ আশ্ৰম কতৃপক্ষই শোনিতপুৰ শিশু কল্যাণ সমিতিক শিশু কেইটা গতাই দিয়াত দিব্যাংগ শিশুটিক নগাওঁলৈ প্ৰেৰন কৰাৰ লগতে বাকী তিনিটি শিশুক অনাথ আশ্ৰমত ৰখাৰ ব্যবস্থা কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
એરટેલનો સસ્તો અને શાનદાર પ્લાન, ડિઝની+હોટસ્ટાર એક વર્ષ માટે ફ્રી, જાણો દરરોજનો ડેટા કેટલો
ટેલિકોમ કંપની એરટેલ યુઝર્સને શાનદાર પ્રીપેડ પ્લાન ઓફર કરી રહી છે. કંપનીના પોર્ટફોલિયોમાં તમામ...
આગાહી યથાવત-વરસાદે લીધો વિરામ- હવે ખેડૂતો ખેતર ભણી કરશે કામ
આગાહી યથાવત-વરસાદે લીધો વિરામ- હવે ખેડૂતો ખેતર ભણી કરશે કામ
অৰুণাচলত আবদ্ধ মৰাণ ঝলম গাওঁৰ ৯ জনকৈ শ্ৰমিকঃ পৰিয়ালৰ মাজত হাহাকাৰ
অৰুণাচলত আবদ্ধ মৰাণ ঝলম গাওঁৰ ৯ জনকৈ শ্ৰমিকঃ পৰিয়ালৰ মাজত হাহাকাৰ
વાડીનાર ગામે તિરંગા યાત્રા કાઢવામાં આવી@Mahir kalam News
વાડીનાર ગામે તિરંગા યાત્રા કાઢવામાં આવી@Mahir kalam News
લઠ્ઠાકાંડમાં 19ના મોત, ખાસ ઝેરી કેમિકલથી ‘લઠ્ઠો’ તૈયાર કરાયાનું ખુલ્યું ! રાજુ-પિન્ટુ નામના ઇસમોની અટકાયત
બોટાદમાં રોજિદ ગામે સર્જાયેલા લઠ્ઠાકાંડમાં 19 લોકોના મોત થઈ જતા ગુજરાતમાં દારૂબંધીના અમલની પોલ...