মাত্ৰ ২০ চেকেণ্ড। ২০ চেকেণ্ডতে এখন ডেৰ লাখ টকীয়া পালচাৰ বাইক লৈ উধাও গভাইত বাইক চোৰৰ। তেজপুৰ গাৰোৱান পট্টিত সংঘটিত এই বাইক চুৰিৰ সমস্ত ঘটনা বন্দি হ'ল CC TVৰ কেমেৰাত।
হেলমেট পৰিহিত এই দুই বাইক চোৰ এখন বাইকত আহি উপস্থিত হৈছে নতুন এই পালচাৰ বাইক খনৰ কাষত। ইফালে সিফালে চাই মাত্ৰ ২০ চেকেণ্ড। প্ৰথমে বাইকৰ লকটো ভাঙিচে আৰু তাৰ পিছত মাষ্টাৰ চাবিৰে বাইক ষ্ট্ৰাট কৰি উধাও