ধুলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ ৰয়ৰ নেতৃত্বত ধূলা থানাৰ সহ উপ-পৰিদৰ্শক গিয়াছ আলী আৰু উপ-পৰিদৰ্শক(প্ৰফেছনেল) ৰক্তিম বড়োয়ে ড্ৰাগছৰ বিৰূদ্ধে অভিযান চলাই আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজনক ।