মৰিগাঁও জিলা আইন সেৱা প্ৰধিকৰণৰ সজাগতা সভা। সাংবাদিক সকলে সংবাদ পৰিবেশন কৰোঁতে আইন সংগত দিশ সমূহৰ ক্ষেত্ৰত সততে জ্ঞাত আৰু সজাগ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰণে জিলা খনৰ সকলো সংবাদকৰ্মীকে লৈ কলা বিথিকাত অনুষ্ঠিত কৰে আইন সম্পৰ্কীয় সজাগতা সভা । প্ৰধিকৰণৰ সচিব এচ এফ এ জীন্নতৰ উদ্যোগত অনুষ্ঠিত সভাত উপস্থিত সংবাদ কৰ্মী সকলৰ লগত মত বিনিময় কৰে কেইবাগৰাকীও বিশিষ্ট আইনজ্ঞই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi के Air Pollution का इलाज बनेगा ये Biodegradable मैटेरियल I Delhi AQI I Dhansu Ep 12
Delhi के Air Pollution का इलाज बनेगा ये Biodegradable मैटेरियल I Delhi AQI I Dhansu Ep 12
स्पोर्ट्स बाइक शौकीनों के लिए Kawasaki का तोहफा, इन पर मिल रहे हैं शानदार ऑफर्स; जानें डिटेल
Kawasaki ने हाल ही में एलिमिनेटर 500 (Eliminator 500) को भारतीय मार्केट में लॉन्च किया गया है।...
થરાદ નગરપાલિકા વિસ્તારમાં ત્રણ દિવસ માટે અલગ અલગ પ્રકારે જાહેર સેવાઓ બંધ કરી દેવામાં આવતાં
થરાદ નગરપાલિકા વિસ્તારમાં ત્રણ દિવસ માટે અલગ અલગ પ્રકારે જાહેર સેવાઓ બંધ કરી દેવામાં આવતાં