কাজিৰঙাক প্লাষ্টিকমুক্ত কৰিবলৈ এজন যুৱকৰ বিশেষ উদ্যোগ।কাজিৰঙাৰ সঞ্জয় চুব্বাই দেখুৱাইছে আদৰ্শ।কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বি আংলঙৰ চন্দ্ৰসিং ৰংপি গাওৰ পৰা কহঁৰাৰ বগৰীজুৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ সংযোগী পলিথিনৰ আৱজৰ্নামুক্ত পথটোৱে দৃষ্টি আকৰ্ষণ কৰে সকলোৰে।এয়া সম্ভৱ হৈছে কাজিৰঙাক পলিথিনমুক্তকৰণৰ উদ্দেশ্যে হাতে কামে আগবাঢ়ি অহা সঞ্জয় চুব্বা নামৰ যুৱকজনৰ বাবে। দুদিন অন্তৰে অন্তৰে পুৱাৰ ভাগত হাতত বস্তা লৈ পথটো পৰিষ্কাৰ কৰি আহিছে যুৱকজনে।লগতে পথৰ কাষত ওলমাই দিছে ডাষ্টবিন। অকলে এই কাম আৰম্ভ কৰাৰ পিছত এতিয়া দুই এজন যুৱকেও সংগ দিছে চুব্বাক।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬಜೆಟ್ ನಲ್ಲಿ ರೈತರಿಗೆ ಸಾಲ ಸೌಲಭ್ಯದ ಭರವಸೆ
ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರು ಮಂಡಿಸಿದ ಬಜೆಟ್ ನಲ್ಲಿ ರೈತರಿಗೆ ಸಾಲ ಸೌಲಭ್ಯ ಸಿಗಲಿದೆ. ಶೂನ್ಯ ಬಡ್ಡಿ ದರದಲ್ಲಿ ನೀಡುವ...
Two news togather#samaguri live#samaguri
Two news togather#samaguri live#samaguri
Breaking News: Aam Aadmi Party ने BJP पर लगाया Kejriwal पर हमले की कोशिश का आरोप | Aaj Tak
Breaking News: Aam Aadmi Party ने BJP पर लगाया Kejriwal पर हमले की कोशिश का आरोप | Aaj Tak
राजस्थान में कुत्ते बन गए मनरेगा मजदूर
पाली जिले के सेदियां गांव में मनरेगा काम चल रहा है. ये गांव रानी पंचायत समिति के ग्राम पंचायत...
ગૃહમંત્રી હર્ષ સંઘવી વડોદરાના મેયર પર થયા ગુસ્સે
ગૃહમંત્રી હર્ષ સંઘવી વડોદરાના મેયર પર થયા ગુસ્સે