শিশু অপহৰণৰ ঘটনা সম্পৰ্কে মাজুলী জিলা আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ : মাজুলীত শান্তি সম্পিত্তী বৰ্তাই ৰখাৰ বাবে সংগঠন সমুহৰ সহযোগিতা বিচাৰিলে আৰক্ষী অধিক্ষক গৌতম বৰাই ৷ মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদে মাজুলীত থকা মাজুলীৰ বাহিৰৰ লোক সকলৰ নথি পত্ৰ পৰিক্ষা কৰা , গাঁওৰক্ষী বাহিনীক নিশা গাঁও সমুহত পহৰাদাৰৰ ব্যৱস্থা কৰা ৷ উন্নয়ন মুলক কাম কৰিবলৈ ঠিকাদাৰ সকলে অনা শ্ৰমিকৰ নথিপত্ৰ পৰিক্ষাৰ পিছত হে কামত লগোৱা আদি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়লৈ অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: महज 3 नंबर कम आने से नहीं बन पाई स्कूल टॉपर, उठाया खौफनाक कदम | Uttar Pradesh
Breaking News: महज 3 नंबर कम आने से नहीं बन पाई स्कूल टॉपर, उठाया खौफनाक कदम | Uttar Pradesh
ठेका प्रथा को समाप्त करने की मांग किया कार्य बहिष्कार
नैनवां।ठेका प्रथा को समाप्त करने की मांग को लेकर प्लेसमेंट एजेंसी कार्मिको ने कार्य बहिष्कार...
બોટાદ દીપચંડી સંન્યાસઆશ્રમમાં નવુંનિર્માણ થતુ મહાકાલભૈરવનામંદિર માટે સવાકરોડ જાપનીબુકનુ વિતરણ કરાયું
બોટાદ દીપચંડી સંન્યાસઆશ્રમમાં નવુંનિર્માણ થતુ મહાકાલભૈરવનામંદિર માટે સવાકરોડ જાપનીબુકનુ વિતરણ કરાયું
Uttarakhand Tunnel Rescue में Auger Machine चलाने वाले नौशाद और NDRF के जवानों से मिलिए (BBC Hindi)
Uttarakhand Tunnel Rescue में Auger Machine चलाने वाले नौशाद और NDRF के जवानों से मिलिए (BBC Hindi)