শিশু অপহৰণৰ ঘটনা সম্পৰ্কে মাজুলী জিলা আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ : মাজুলীত শান্তি সম্পিত্তী বৰ্তাই ৰখাৰ বাবে সংগঠন সমুহৰ সহযোগিতা বিচাৰিলে আৰক্ষী অধিক্ষক গৌতম বৰাই ৷ মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদে মাজুলীত থকা মাজুলীৰ বাহিৰৰ লোক সকলৰ নথি পত্ৰ পৰিক্ষা কৰা , গাঁওৰক্ষী বাহিনীক নিশা গাঁও সমুহত পহৰাদাৰৰ ব্যৱস্থা কৰা ৷ উন্নয়ন মুলক কাম কৰিবলৈ ঠিকাদাৰ সকলে অনা শ্ৰমিকৰ নথিপত্ৰ পৰিক্ষাৰ পিছত হে কামত লগোৱা আদি বহু কেইটা গুৰুত্বপূৰ্ণ বিষয়লৈ অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हनुमान प्रगट उत्सव पर नगर के विभिन्न मंदिरों में हुया कार्यक्रमो का आयोजन
अजयगढ:-आज हनुमान प्रगट उत्सव बड़े हर्ष के साथ पूरे नगर में मनाया गया।इस अवसर पर सुबह से ही सभी...
પીએમના બંદોબસ્તમાં આવતી પોલીસની ખાનગી બલેનો અને ઇક્કો વચ્ચે સર્જાયો ભયંકર અકસ્માત...
પીએમના બંદોબસ્તમાં આવતી પોલીસની ખાનગી બલેનો અને ઇક્કો વચ્ચે સર્જાયો ભયંકર અકસ્માત...
Karnataka: झूठे वादों से सत्ता में आई कांग्रेस, येदियुरप्पा ने कहा-गारंटियां पूरी नहीं कीं तो करेंगे सत्याग्रह
बेंगलुरु, कर्नाटक के पूर्व मुख्यमंत्री बीएस येदियुरप्पा ने शुक्रवार को एक माह पुरानी राज्य...
ছিপাঝাৰৰ তুৰাইত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সামৰণি
তুৰাই সুহৃদ সংঘৰ উদ্যোগত অভিনন্দন জ্ঞাপন আৰু গ্ৰীষ্মকালীন পাঠদানৰ সামৰণী অনুষ্ঠান ।
দৰং জিলাৰ...