ৰহমৰীয়া মৌজাৰ অন্তৰ্গত গড়পৰা কোঁৱৰ নিবাসী তথা টোকাৰী শিল্পী পুৱাৰাম কোঁৱৰ আৰু নাই । বাৰ্ধক্য জনিত কাৰণত টোকাৰী শিল্পী পুুৱাৰাম কোঁৱৰৰ মৃত্যু হয় । টোকাৰী শিল্পী গৰাকী মৃত্যুটোত স্থানীয় বিভিন্ন দল সংগঠনৰ নেতৃত্বয়ে শোক প্ৰকাশ কৰিছে । এসময়ত এই গৰাকী টোকাৰী শিল্পীয়ে ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ বিভিন্ন মঞ্চৰ লগতে ডিব্ৰুগড় অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰত টোকাৰী গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अब इस मामले में यू टर्न लेने की तैयारी में भजनलाल सरकार, फिर मुश्किल में गहलोत के चहेते पूर्व मंत्री
राजस्थान में सियासी गर्मी फिर बढ़ने के संकेत मिल रहे हैं. भजनलाल सरकार ने एकल पट्टा मामले को नए...
Drugs seized in Dhakuakhana - One person was arrested
Drugs seized in Dhakuakhana - One person was arrested
ગોધરા શહેર ખાતે પ્રતિબંધિત ચાઈનીઝ દોરી અને તુક્કલ (સ્કાયલેન્ટર્ન)ના સંગ્રહ તેમજ વેચાણ અંગે તપાસ હાથ ધરાઈ.
અધિક જિલ્લા મેજિસ્ટ્રેટશ્રી પંચમહાલ ગોધરાના સીઆરપીસી-૧૪૪ની જોગવાઈ હેઠળ આગામી ઉત્તરાયણના તહેવાર...