ৰহমৰীয়া মৌজাৰ অন্তৰ্গত গড়পৰা কোঁৱৰ নিবাসী তথা টোকাৰী শিল্পী পুৱাৰাম কোঁৱৰ আৰু নাই । বাৰ্ধক্য জনিত কাৰণত টোকাৰী শিল্পী পুুৱাৰাম কোঁৱৰৰ মৃত্যু হয় । টোকাৰী শিল্পী গৰাকী মৃত্যুটোত স্থানীয় বিভিন্ন দল সংগঠনৰ নেতৃত্বয়ে শোক প্ৰকাশ কৰিছে । এসময়ত এই গৰাকী টোকাৰী শিল্পীয়ে ডিব্ৰুগড়-তিনিচুকীয়া জিলাৰ বিভিন্ন মঞ্চৰ লগতে ডিব্ৰুগড় অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰত টোকাৰী গীত পৰিবেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lasya Nanditha Died: BRS विधायक लस्या नंदिता की सड़क हादसे में गई जान, डिवाइडर से टकराई थी कार
तेलंगाना। सिकंदराबाद छावनी से बीआरएस विधायक लस्या नंदिता की आज सुबह पाटनचेरु ओआरआर में एक...
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে অমৃত সৰোবৰ আচনিৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্ম দিনৰ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণ...
इस महीने लॉन्च हुईं ये शानदार कारें, TATA की ये 2 बहुप्रतिक्षित गाड़ियां भी शामिल
3 अक्टूबर 2023 को किआ ने Kia Carens X-Line को लॉन्च किया था। जिसकी कीमत 18.94 लाख से शुरू होती...
છોકરીને ડેટ પર લેતા પહેલા કરો આ તૈયારી, તમારી સારી છાપ પડશે.
છોકરીને ડેટ પર લેતા પહેલા કરો આ તૈયારીઓ-
મિત્રતાને પ્રથમ સ્થાન આપો
તમારે પહેલા...