মুম্বাইত অনুষ্ঠিত হোৱা Royal Diva World প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইষা ঘোষে। আজি সুভাষ কলনী স্থিত বাসগৃহত সম্বৰ্ধনা জনাই স্থানীয় ৰাইজে। অলপতে মুম্বাইত Kashyap Entertainment Groups য়ে আয়োজন কৰা Royal Diva World প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Royal Teen Diva World খিতাপ অৰ্জন কৰিবলৈ সক্ষম গোলাঘাটৰ সুভাষ কলনী ৰতন ঘোষ আৰু ৰেখা ঘোষৰ কণ্যা ইষা ঘোষে। আজি গোলাঘাট উপস্থিত হোৱাৰ লগে-লগে সুভাষ কলনী অঞ্চলৰ গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই উদিয়মান মডেল গৰাকীক। ইয়াৰ লগতে অনাগত দিনত নিজৰ কৰ্মত অধিক মনোযোগ দি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা অব্যাহত থাকিব বুলি আশাবাদী অঞ্চলটোৰ ৰাইজৰ। উল্লেখযোগ্য ইষা ঘোষে ইয়াৰ পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ হোৱাৰ লগতে অনাগত দিনত থাইলেণ্ডত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ বাবে নিমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ নগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত অসম এমেচাৰ আৰ্মৰেচলিং সন্থাৰ তত্বাৱধানত সদৌ অসম ভিত্তিত পাঞ্জা।প্ৰতিযোগিতা।
শিৱসাগৰ জিলাৰ শিৱসাগৰ নগৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত অসম এমেচাৰ আৰ্ম ৰেচলিং সন্থাৰ...
Mission Raniganj Review: कोयला खदान में फंसे मजदूरों की कहानी, कैसी है Akshay Kumar की मिशन रानीगंज?
Mission Raniganj Review: कोयला खदान में फंसे मजदूरों की कहानी, कैसी है Akshay Kumar की मिशन रानीगंज?
ગુજરાત વિધાનસભાના દિવંગત પૂર્વ-સભ્યોને ૧૪મી વિધાનસભાના ૧૧મા સત્રના પ્રથમ દિવસે શોકાંજલિ અપાઈ
ગૃહ નેતા અને મુખ્યમંત્રીશ્રી ભૂપેન્દ્ર પટેલ- વિધાનસભાના અધ્યક્ષ ડૉ.નિમાબહેન -પ્રતિપક્ષના નેતાશ્રી...
सोनारी उपायुक्त कार्यालय से आज महावीर लचित बोरफुकन की 400वीं जन्मजयंती के मौके पर साईकिल रैली निकाली गई
महावीर लाचीत बोरफुकन की 400वीं जन्मजयंती के अवसर पर चराइदेव जिले के सोनारी उपायुक्त कार्यालय से...
दो दिन मे लिए 13 नमूने, 180 लीटर कुकिंग मिडियम खाद्द तेल सीज किया
शुद्ध आहार मिलावट पर अभियान के तहत खाद्य सुरक्षा दल ने शहर में दो दिन में सात संस्थानों का...