সত্যৰঞ্জণ বৰাক কুকুৰ আখ্যা ড° পৰমানন্দ ৰাজবংশীৰ
"কুকুৰ পাগল হ'লে যাকে তাকে কামোৰে। পগলা কুকুৰৰ কামোৰাই কাম " বিতৰ্কিত হিন্দুত্ববাদী সত্যৰঞ্জণ বৰাৰ সমালোচনাৰ প্ৰত্যুত্তৰত এই মন্তব্য ড° পৰমানন্দ ৰাজবংশীৰ।
ছিপাঝাৰৰ বিধায়কগৰাকীয়ে আৰু কয় যে কিছুমান মানুহে সদায় বেয়াবোৰকে দেখা পায়।
উল্লেখ্য যে, সত্যৰঞ্জণ বৰাই পৰমানন্দ ৰাজবংশীয়ে অসম সাহিত্য সভাৰ পৰিবেশ নষ্ট কৰা বুলি অভিযোগ কৰিছিল।