আজি জনতা ভৱন কাৰ্যালয়ৰ সভাকক্ষত অসম পেট্ৰ'কেমিকেলচ্ লিমিটেডৰ বিষয়াবৰ্গৰ উপস্থিতিত প্ৰতিষ্ঠানটোত চলি থকা ৫০০ TPD মিথানেল আৰু ২০০ TPD ফৰ্মেলডিহাইড প্ৰকল্পৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ বুজ উদ্যোগ মন্ত্ৰী বিমল বড়াই। উল্লেখযোগ্য যে প্ৰতিষ্ঠা হোৱাৰেপৰা অৰ্ধ শতাধিক বছৰ ধৰি দেশৰ জনগণৰ প্ৰতি সমৰ্পিতভাৱে সেৱা আগবঢ়াই অহা অসমৰ অন্যতম এক লাভজনক প্ৰতিস্থান ৰূপে ইতিমধ্যে অসম পেট্ৰ'কেমিকেলচ্ লিমিটেডে পৰিগণিত হৈছে। এই আলোচনাত APLৰ অধ্যক্ষ শ্ৰী বিকুল ডেকা, উপাধ্যক্ষ শ্ৰী হেমন্ত গগৈ, পৰিচালন সঞ্চালক ৰাজেশ গগৈ, উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত ঐনাম শৰণকুমাৰ সিং,উদ্যোগ বিভাগৰ সচিব লক্ষ্মনণ এছ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में मुक्ति धाम की दीवार गिरी
केशवपुरा मुक्तिधाम की दीवार गिरी
पार्षद पी डी गुप्ता ने बताया कि दीवार गिरने से तीन...
માલગઢ માં ભાજપના ઉમેદવાર ભાવનાબેન સોલંકી બિનહરીફ ચૂંટાયા..
માલગઢ માં ભાજપના ઉમેદવાર ભાવનાબેન સોલંકી બિનહરીફ ચૂંટાયા..
ડીસા તાલુકાના માલગઢ-૨ તાલુકા પંચાયત...
Budget 2024: ई-कॉमर्स के जरिये निर्यात बढ़ाने के लिए बनाए जाएंगे हब, प्रमुख कार्गो केंद्रों के पास होंगे स्थापित
नई दिल्ली। सरकार ने मंगलवार को पीपीपी मोड में ई-कॉमर्स माध्यम से निर्यात को बढ़ावा देने के...
Arzooo pro
arzooo Pro
Arzooo gears up to disrupt the checkout for offline Retail, Launches Pro...
ছিপাঝাৰৰ ৭নং ৰ্ৱাডৰ দোকানপাৰা জামে মছজিদৰ অজু আৰু পানী যোগান আঁচনিৰ শুভ উদ্বোধন বিধায়কৰ
নৱগঠিত ছিপাঝাৰ পৌৰসভাৰ ৭নং ৰ্ৱাডত ২লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক...