কাৰ্বি-আংলঙৰ শিলনীজানত ভয়ংকৰ পথ দুৰ্ঘটনা। শিলনীজানৰ দিলাংছ’ত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় শ্ৰমিক কঢ়িয়াই অনা এখন বাছ। বোকাজানৰ পৰা চাহ শ্ৰমিকক কঢ়িয়াই অনা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰি পথৰ দাঁতিৰ পুখুৰীত বাগৰি পৰে। বাছখনত কমেও ৪৫ জন যাত্ৰী আছিল। উক্ত শিহৰণকাৰী ঘটনাত ৩৫ জন লোক আহত হয়। ইয়াৰে কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও ইয়াৰে কেইবাজনকো উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতেললৈ প্ৰেৰণ কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
S Jaishankar: 'अमेरिका-कनाडा का मुद्दा एक जैसा नहीं, अंतरराष्ट्रीय रिश्तों में समय-समय पर ऐसी चुनौतियां आती हैं', एस जयशंकर का बड़ा बयान
बेंगलुरु। खालिस्तान समर्थक तत्वों के बारे में अमेरिका और कनाडा की ओर से लगाए गए आरोपों पर...
मयेकर महाविद्यालयात पंडित जवाहरलाल नेहरू यांच्या जयंतीनिमित्त बाल दिन साजरा
रत्नागिरी : मोहिनी मुरारी मयेकर कला व वाणिज्य महाविद्यालय चाफे येथे राष्ट्रीय सेवा योजना आणि...
Lok Sabha Election के लिए शिवसेना (यूबीटी) ने जारी की पहली लिस्ट, 17 उम्मीदवारों के नाम का एलान; देखें किसे कहां से मिला टिकट
Lok Sabha Election 2024: उद्धव ठाकरे के नेतृत्व वाली शिवसेना (यूबीटी) ने लोकसभा चुनाव के लिए...
অসমত প্ৰথম বাৰৰ বাবে বিমানকোঠত ক'স্তা কফিৰ বিপণিৰ শুভ উদ্বোধন
আজিৰ খবৰ, গুৱাহাটী, ১২ জুলাই, ২০২২ : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত,...
তিনিচুকীয়াত মাইক্ৰ ফাইনেন্সৰ হিতাধীকাৰীক চেক বিতৰণ কৰি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া
তিনিচুকীয়াত মাইক্ৰ ফাইনেন্সৰ হিতাধীকাৰীক চেক বিতৰণ কৰি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ প্ৰতিক্ৰিয়া