মাজুলীৰ কৰ্মচাৰী সকলে NPS বাতিল আৰু OPS পৰ্বতনৰ দাবীত কৰ্মবিৰতি পালন কৰে ৷
চৰকাৰে গ্ৰহণ কৰা নতুন পেঞ্চন নিতী বাতিল কৰি পুৰনি পেঞ্চন নিতীকে বাহাল ৰাখিবলৈ আহ্বান জনাই এই আন্দোলন ৰ কাৰ্যসূচী পালন কৰে .
মাজুলীৰ কৰ্মচাৰী সকলে নিজ নিজ কৰ্মস্থলীতেই এইদৰে কৰ্মবিৰতি পালন কৰা পৰিলক্ষিত হয় ৷