মৰানহাট থানাৰ অন্তৰ্গত তিলৈজানত বিদ্যুত পিষ্ট হৈ ধীৰাজ সাহ  নামৰ এজন যুৱক নিহত হয় ।নিজ ৱেল্ডিং ৱৰ্কচপত কাম কৰি থাকোতে  ল'ৰাজন বিদ্যুৎ পিষ্টহয় । সংকতজনক অৱস্নাত  মৰান মেডিকেল চেণ্টাৰত ভৰ্তি কৰাহয়।যদিওচিকিৎসকে মৃত  বুলি ঘোষনা কৰে।