*অসম যুৱ অলিম্পিকৰ আজি অন্তিমটো দিন

*শেষৰ দিনটোত ১৫ টা ইভেন্টত অনুষ্ঠিত হ'ব খেলসমূহ

*মেডেল তালিকাৰ শীৰ্ষত আছে গুৱাহাটী ক্ৰীড়া জিলা

*১০৯ টা মেডেলেৰে তালিকাৰ শীৰ্ষত গুৱাহাটী ক্ৰীড়া জিলা

*কামৰূপ আৰু তিনিচুকীয়া জিলা আছে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত

*বিয়লি ৬ বজাত অনুষ্ঠিত হ'ব অসম যুৱ অলিম্পিকৰ সামৰণি অনুষ্ঠান

*উপস্থিত থাকিব কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ সিং ঠাকুৰ ,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

*মুখ‍্য অতিথি হিচাপে উপস্থিত থাকিব মুখ‍্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

* নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত ছেপাক টাক্ৰাওৰ খেলসমূহ