১/ বিদ্যুৎৰ আৱিস্কাৰ কোনে কৰিছিল ?
উ:- মাইকেল ফেডাৰে
২/ ইলেক্ট্ৰ'ন কোনে আৱিস্কাৰ কৰিছিল ?
উ:- জে জে থম্পছন
৩/ ফিংগাৰপ্ৰিন্টৰ আৱিস্কাৰ কোনে কৰিছিল ?
উ:- জান ইভানগেলিষ্টা পুৰ্কেঞ্জি
৪/ হিলিয়াম কোনে আৱিস্কাৰ কৰিছিল ?
উ:- পেৰী জেছন আৰু ন'ৰ্মান ল'কয়াৰ
৫/ এইডছ্ ৰ আৱিস্কাৰ কোনে কৰিছিল ?
উ:- লুক এন্ট'ইন ম'ণ্টাগ্নিৰ
৬/ মধ্যাকৰ্ষণ শক্তিৰ আৱিস্কাৰ কোনে কৰিছিল ?
উ:- ছাৰ আইজাক নিউটন
৭/ গতি সুত্ৰৰ আৱিস্কাৰক কোন ?
উ:- ছাৰ আইজাক নিউটন
৮/ নিউট্ৰ'ন কোনে আৱিস্কাৰ কৰিছিল ?
উ:- জেমছ্ চেডবিক
৯/ অস্কিজেনৰ আৱিস্কাৰক কোন
উ:- জোছেফ প্ৰিষ্টলে
১০/ পেনিছিলিন কোনে আৱিস্কাৰ কৰিছিল ?
উ:- আলেকজেণ্ডাৰ ফ্লেমিং
১১/ কোনে পৰ্যাবৃত্তৰ তালিকা আৱিস্কাৰ কৰিছিল ?
উ:- ধিমট্ৰি মেণ্ডলেভ
১২/ কোৱাণ্টাম তত্বৰ আৱিস্কাৰ কোনে কৰিছিল ?
উ:- নেইৰ্লছ বোৰ্হ