বিশ্বনাথ জিলাবাসীৰ বাবে বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ে কঢ়িয়াই আনিলে এক সু-খবৰ।স্বাস্হ্যৰ ক্ষেত্ৰত বিশ্বনাথ বাসীৰ এক দীৰ্ঘদিনীয়া সমস্যা আজিৰ পৰা সমাধান কৰা হল।কাৰণ বিশ্বনাথ মহকুমা চিকিৎসালয়ত আজিৰ পৰা শুভাৰম্ভ কৰা হল আলট্ৰা ছাউণ্ডৰ ব্যবস্থা।আজি বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেই এই আলট্ৰা ছাউণ্ডৰ আনুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে। উপায়ুক্ত গৰাকীয়ে কয় যে বিশ্বনাথ জিলাৰ দৰিদ্ৰ জনসাধাৰনৰ এক বহু দিনীয়া অভাব পূৰণ হল।যিহেতু পূৰ্বতে বিশ্বনাথৰ দৰিদ্ৰ জনসাধাৰনে নিজৰ জেপৰ ধণ খৰচ কৰি আলট্ৰা ছাউণ্ডৰ বাবে ব্যক্তিগত চিকিৎসালয়ত গৈছিল।কিন্তু এই সুবিধা আজিৰ পৰা বিশ্বনাথ মহকুমা চিকিৎসালয়তে বিনামূলীয়াকৈ গ্ৰহন কৰিব পাৰিব ।বিশেষকৈ গৰ্ভবতী মহিলা সকলৰ বাবে এই সুবিধাই যথেষ্ট লাভজনক হব।পূৰ্বতে গৰ্ভবতী মহিলা সকলে বিশ্বনাথ মহকুমা চিকিৎসালয়ত এই আলট্ৰা ছাউণ্ডৰ ব্যবস্থা নথকাৰ বাবে বহু অসুবিধাৰ সন্মূখীন হব লগিয়া হৈছিল।এই শুভাৰম্ভ অনুষ্ঠানত উপস্হিত থাকে বিশ্বনাথ মহকুমা অসামৰিক কতৃপক্ষৰ লগতে চিকিৎসক কৰ্মচাৰী সকল।আজিৰ শুভৰাম্ভ হোৱা এই আলট্ৰা ছাউণ্ডৰ অপৰেটৰ হিচাপে সেৱা আগবঢ়াব বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ড০কৰবী দলেই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
10 सूत्री मांगों को लेकर नर्सिंग ऑफिसर एसोसिएशन 5 दिन से काम बंद हड़ताल पर
*10 सूत्रीय मांगों को लेकर नर्सिंग ऑफिसर एसोसिएशन 5 दिन से काम बंद हड़ताल पर*
*शासकीय अस्पतालों...
पेड़ पौधे जीवन का आधार , एक दर्जन पौधे लगाकर टी गार्ड लगाए
इटावा गैंता रोड पर सावन के पहले सोमवार के उपलक्ष मे पौधरोपण किया गया जिसमे लगभग एक दर्जन से अधिक...
50MP कैमरा और AMOLED डिस्प्ले के साथ इस दिन लॉन्च होगा Infinix Zero 30 5G, कर सकेंगे 4K वीडियो शूट
Infinix Zero 30 5G Feature आगामी Zero सीरीज स्मार्टफोन 2 सितंबर से Flipkart के माध्यम से...
અમરેલી જીલ્લા પોલીસ દ્વારા આગામી વિધાનસભા સામાન્ય ચૂંટણી -૨૦૨૨ અન્વયે કરવામાં આવેલ કામગીરી
સી.આર.પી.સી. કલમ -૧૦૭ / ૧૧૬ મુજબ કુલ -૫૩૫ , * સી.આર.પી.સી. કલમ -૧૦૯ મુજબ કુલ -૧૪૭ . *...