মৰাণত এখন গৰাকীবিহিন ৫৩ টা ঘৰুৱা ৰন্ধন গেছ ভৰ্টি ছিলিণ্ডাৰ সহ AS01HC9718 নম্বৰৰ এখন LPG কঢ়িয়াই অনা ট্ৰাক মৰাণ নাহৰণি দিহিঙ্গীয়া গাঁৱৰ পৰা মৰাণ আৰক্ষীৰ এটা দলে জব্দ কৰে। বৰ্তমান কি সন্দৰ্ভত ট্ৰাকখন দিহিঙ্গীয়া গাঁৱত গৰাকীবিহিন ভাৱে আছিল এই সন্দৰ্ভত মৰাণ আৰক্ষীয়ে তদন্ত কৰিছে। উল্লেখযোগ্য যে যোৱা কিছুদিনৰ পূৰ্বে মৰাণ আৰক্ষীয়ে নাহৰণি বৰবাম গাঁৱৰ পৰা গছ চুৰ কৰি থকা অৱস্থাত এখন ট্ৰাক জব্দ কৰিছিল। সন্দেহ ইয়াত এক বৃহত চুৰি চক্ৰৰ জড়িত থকাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
▶️সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৮৯.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণজাগুনৰ সৰ্বানন্দ মাউত
▶️সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৮৯.৬ শতাংশ নম্বৰেৰে উত্তীৰ্ণজাগুনৰ সৰ্বানন্দ মাউত
વડોદરાના ગોરવા વિસ્તારમાં ધ્વજ લગાવવા ના મુદ્દે બે જૂથ વચ્ચે થઇ અથડામણ
વડોદરાના ગોરવા વિસ્તારમાં ધ્વજ લગાવવા ના મુદ્દે બે જૂથ વચ્ચે થઇ અથડામણ
Hit and Run Law: ट्रक और बसों की हड़ताल वापस पर Akhilesh Yadav ने तोड़ी चुप्पी | Truck Driver Strike|
Hit and Run Law: ट्रक और बसों की हड़ताल वापस पर Akhilesh Yadav ने तोड़ी चुप्पी | Truck Driver Strike|