কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছা ত মুন্না আলি নামৰ এজন ব্যক্তিৰ দোকান ঘৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।জুইত জাহ গল দোকানৰ লগতে থকা বাসগৃহ ৰ বহু মূল্যৰ সা সম্পত্তি।অগ্নিকাণ্ডৰ সূত্ৰপাত ৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।