# মৰিগাঁৱৰ দলবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ।
👉AS02AB0354 নম্বৰ পালচাৰ মটৰ চাইকেল খনেৰে কঢ়িয়াই আনিছিল ড্ৰাগছখিনি।
👉ড্ৰাগখিনি কঢ়িয়াই অনা ধিং বেচামাৰীৰ হিবজোৰ ৰহমান নামৰ যুৱকজনক আটক।
👉মৰিগাঁও আৰক্ষীৰ বিশেষ দলে গোপন খবৰ ভিত্তিত অভিযান চলাই দলবাৰীত জব্দ কৰে ড্ৰাগছখিনি।
👉জব্দকৃত ড্ৰাগছখিনি হেৰইন বুলি জানিব পৰা গৈছে।
👉ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লাখ টকা।