কাৰ নামেৰে হ'ব বা কি নামেৰে হ'ব অসমৰ AIIMS ? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত ইতিমধ্যে সেৱা আগবঢ়াই থকা আৰু নিৰ্মীয়মান সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানসমূহক সেই এলেকাৰ ৰিয়েল হিৰ' বা মুক্তি যুঁজাৰু বা স্মৃতি চিহ্ন বা ভৌগলিক পৰিচয়েৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে বুলি হিন্দুস্তান টাইমচৰ বাতৰিত প্ৰকাশ হৈছে। সেইমতে ২৩ খন AIIMS ৰ বহু কেইখনৰ কৰ্তৃপক্ষই ৩/৪টা নামেৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। স্বাভাৱিকতেই অসমৰ ৰাইজৰ মনত প্ৰশ্ন জাগিব- কাৰ বা কি নামেৰে হ'ব অসমৰ AIIMS ? বাছনিত উঠিব পাৰে চাংসাৰিৰ গাতে লাগি থকা শৰাইঘাটৰ নাম। আহিব পাৰে লাচিত বৰফুকন, চিলাৰায়ৰ নাম। বাছনিত আহিব পাৰে কামাখ্যা ধামৰ নামো। হয়তো কিছুদিনৰ পিছতে চৰকাৰে স্পষ্ট কৰিব এই তথ্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিস্ফোৰণ অজিৎ ভূঞাই আমাৰ ভোটৰে সাংসদ হৈছে #PoliticalNews #AIUDF
বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ বিস্ফোৰণ অজিৎ ভূঞাই আমাৰ ভোটৰে সাংসদ হৈছে #PoliticalNews #AIUDF
China के BRI कॉरिडोर को क्या चुनौती दे पाएगा India, Saudi और America का IMEC कॉरिडोर (BBC Hindi)
China के BRI कॉरिडोर को क्या चुनौती दे पाएगा India, Saudi और America का IMEC कॉरिडोर (BBC Hindi)
धक्कादायक! विवाहितेचा छिन्न-विछिन्न अवस्थेत २०० फूट खोल दरीत सापडला मृतदेह
रत्नागिरी : शहरातील फगरवठार येथून बेपत्ता झालेल्या विवाहितेचा छिन्न विछिन्न अवस्थेतील मृतदेह...
માં અંબાના ધામમાં પ્રસાદમાં ડુબલીકેટ ઘી વાપરી ભક્તોની આસ્થા સાથે છેડા કરનાર ત્રણ કરોડની રકમ અટકાવી
માં અંબાના ધામમાં પ્રસાદમાં ડુબલીકેટ ઘી વાપરી ભક્તોની આસ્થા સાથે છેડા કરનાર ત્રણ કરોડની રકમ અટકાવી
मराठवाड्यावर अवकाळी संकट! पुढील तीन दिवस 'यलो अलर्ट '
मराठवाड्यावर अवकाळी संकट! पुढील तीन दिवस 'यलो अलर्ट '