কাৰ নামেৰে হ'ব বা কি নামেৰে হ'ব অসমৰ AIIMS ? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশত ইতিমধ্যে সেৱা আগবঢ়াই থকা আৰু নিৰ্মীয়মান সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানসমূহক সেই এলেকাৰ ৰিয়েল হিৰ' বা মুক্তি যুঁজাৰু বা স্মৃতি চিহ্ন বা ভৌগলিক পৰিচয়েৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে বুলি হিন্দুস্তান টাইমচৰ বাতৰিত প্ৰকাশ হৈছে। সেইমতে ২৩ খন AIIMS ৰ বহু কেইখনৰ কৰ্তৃপক্ষই ৩/৪টা নামেৰে প্ৰস্তাৱ প্ৰেৰণ কৰিছে। স্বাভাৱিকতেই অসমৰ ৰাইজৰ মনত প্ৰশ্ন জাগিব- কাৰ বা কি নামেৰে হ'ব অসমৰ AIIMS ? বাছনিত উঠিব পাৰে চাংসাৰিৰ গাতে লাগি থকা শৰাইঘাটৰ নাম। আহিব পাৰে লাচিত বৰফুকন, চিলাৰায়ৰ নাম। বাছনিত আহিব পাৰে কামাখ্যা ধামৰ নামো। হয়তো কিছুদিনৰ পিছতে চৰকাৰে স্পষ্ট কৰিব এই তথ্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঘগ্ৰাপাৰত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত বিশাল বাইক ৰেলি
সমাগত পয়সত্তৰ সংখ্যাক স্বাধীনতা দিৱসৰ হৰ ঘৰ ত্ৰিৰংগাৰ সজাগতাৰ বাবে আজি নলবাৰী জিলাৰ ঘগ্ৰাপাৰত...
ৰহা দীঘলদৰিত ৩দিনীয়া গ্ৰীষ্মকালীন নাট আৰু কবিতা কৰ্মশালাৰ সফল সমাপন।কন কন শিশু সকলে নাট মঞ্চস্থ কৰি সকলোকে কৰে আপ্লুত।
ৰহা দীঘলদৰিত যোৱা ২০জুলাই তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোবা গ্ৰীষ্মকালীন নাট আৰু কবিতা...
महिलेची निर्घृण हत्या करणाऱ्याला ठोकल्या बेड्या, भोसरी मधील महिलेच्या हत्येचा उलगडा
महिलेची निर्घृण हत्या करणाऱ्याला ठोकल्या बेड्या, भोसरी मधील महिलेच्या हत्येचा उलगडा