নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী চকিৰ অন্তৰ্গত গোৱাল গাঁৱত আজি গৰু চুৰ চুৰৰ দৰে ঘটনা সংঘটিত হয় ৷ মুগা আৰু বেঙুনীয়া ৰংৰ গৰু হাল ঘৰৰ পৰাই চুৰে লৈ যায় ৷ ছবিন মেধীৰ পত্নী মনি মেধিয়ে আজি পুৱা গোহালিত বলধ গৰুহাল নেদেখি হুলস্থূল লগাই ৷ আজি ছবিনে দিনৰ দিনটো গৰু হাল অঞ্চলৰ সকলো স্থানতে বিচাৰি নাপাই ইতিমধ্যে বালিচাপৰি আৰক্ষী চকীত গোচৰ তৰিছে ৷ হাল কুৰ বাই কোনো মতে পেটে ভাত খাই থকা দুখীয়া পৰিয়ালটোৰ ঘৰত এতিয়া কান্দোনৰ ৰোল ৷ সৰগ ভাগি পৰিছে এতিয়া পৰিয়াল টোৰ মুৰত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દ્વારકા જિલ્લામાં પ્રશાસનની ઘોર બેદરકારી
#buletinindia #dwarka
प्रहलाद लोधी के निज निवास पहुंचे CM शिवराज और बीडी शर्मा,श्रध्दांजलि अर्पित कर की शोक संवेदना व्यक्त
प्रहलाद लोधी के निज निवास पहुंचे CM शिवराज और बीडी शर्मा,श्रध्दांजलि अर्पित कर की शोक संवेदना व्यक्त
Tips To Improve Gut Health | जिस्म में जान फूंक देगा और पुराना कब्ज़ भी जड़ से ख़त्म
Tips To Improve Gut Health | जिस्म में जान फूंक देगा और पुराना कब्ज़ भी जड़ से ख़त्म
Samsung Galaxy S25 सीरीज जल्द होगी लॉन्च, AI खूबियों के साथ मिलेंगे तमाम नए फीचर्स
Samsung Galaxy S25 सीरीज अगले साल जनवरी में लॉन्च होगी। हर बार की तरह कंपनी इसके लिए कैलिफोर्निया...