নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী চকিৰ অন্তৰ্গত গোৱাল গাঁৱত আজি গৰু চুৰ চুৰৰ দৰে ঘটনা সংঘটিত হয় ৷ মুগা আৰু বেঙুনীয়া ৰংৰ গৰু হাল ঘৰৰ পৰাই চুৰে লৈ যায় ৷ ছবিন মেধীৰ পত্নী মনি মেধিয়ে আজি পুৱা গোহালিত বলধ গৰুহাল নেদেখি হুলস্থূল লগাই ৷ আজি ছবিনে দিনৰ দিনটো গৰু হাল অঞ্চলৰ সকলো স্থানতে বিচাৰি নাপাই ইতিমধ্যে বালিচাপৰি আৰক্ষী চকীত গোচৰ তৰিছে ৷ হাল কুৰ বাই কোনো মতে পেটে ভাত খাই থকা দুখীয়া পৰিয়ালটোৰ ঘৰত এতিয়া কান্দোনৰ ৰোল ৷ সৰগ ভাগি পৰিছে এতিয়া পৰিয়াল টোৰ মুৰত ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तलाकशुदा मुस्लिम महिलाओं को गुजारा भत्ता दिए जाने पर भड़का मुस्लिम पर्सनल लॉ बोर्ड
सुप्रीम कोर्ट की ओर से तलाकशुदा मुस्लिम महिलाओं को गुजारा भत्ता दिये जाने के फैसले पर मुस्लिम...
वन्यजीव सप्ताह के तहत तलवास में प्रतियोगिताए सहित हुए कई कार्यक्रम, किया वन भ्रमण का आयोजन
बूंदी। विभागीय आदेशों की पालना में वन्यजीव सप्ताह 2 अक्टूबर से 8 अक्टूबर तक मनाया जावेगा।...
ડીસાના માલગઢમાં ત્રણ મકાનોમાં તસ્કરો ત્રાટક્યા
ડીસા પંથકમાં રવિવારે મોડી રાત્રે આવેલા તોફાની વાવાઝોડાનો તસ્કરોએ લાભ ઉઠાવ્યો હોવાની ઘટના સામે આવી...
ડીસા આમ આદમી પાર્ટીના ઉમેદવાર ડો રમેશચૌધરી દ્વારા ઉમેદવારી પત્ર ભર્યું
ડીસા આમ આદમી પાર્ટીના ઉમેદવાર ડો રમેશચૌધરી દ્વારા ઉમેદવારી પત્ર ભર્યું
Hamas War के बीच Israel ने PM Modi से क्या मांग कर दी?
Hamas War के बीच Israel ने PM Modi से क्या मांग कर दी?