আজি ভাৰতীয় জনতা পাৰ্টি বঙাইগাঁও জিলা কাৰ্যলগত জিলা সভানেত্ৰী হিমানী অধিকাৰী উপস্থিতিত জিলা সংবাদ মাধ্যম বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

 উক্ত বৈঠকত জিলা সাধাৰণ সম্পাদক শংকৰ বিশ্বাস , জিলা সংবাদ মাধ্যম বিভাগৰ আহ্বায়ক চন্দন কুমাৰ মেধি , জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক সুব্ৰত মণ্ডল লগতে বিষয়ববীয়া সকল উপস্থিত থাকে।