দৰঙত JE ত পুনৰ এজনৰ মৃত্যু।
মৃত লোক জনৰ নাম দেৱ কান্ত ভূঞা।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰত চিকিৎসাধীন হৈ আছিল লোক জন ।মৃত লোক জন ঘৰ 1 নং গেৰিমাৰী। কিছুদিন পূৰ্বে পথ দুৰ্ঘটনাত মৃত্যু হৈছিল তেওঁৰ পুত্ৰৰ। দৰং জিলাত দৈনিক বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজৰ ৰোগীৰ সংখ্যা। জিলা প্ৰশাসনে যি ধৰণে ফগিঙৰ(ধূৱা) ব্যৱস্থা কৰিব লাগিছিল কিন্তু সেই ধৰণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। বানপানী কমাৰ পিছত নগৰ গাও সমূহত বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিজৰ ৰোগীৰ সংখ্যা।