গোগামুখ উপ-বাছ আস্থান মুকলি অসম ৰাজ্যিক পৰিবহণ নিগমৰ গোগামুখস্থিত উপ-বাছ আস্থানৰ মুকলি কৰে ASTC লক্ষীমপুৰ সংমণ্ডলৰ অধীক্ষকে। দীৰ্ঘদিন ধৰি অলাগতীয়াল ভাৱে পৰি থকা বাছ আস্থানটোৰ মুকলি কৰাত আনন্দিত হৈছে গোগামুখ বাসী। এতিয়াৰে পৰা গোগামুখত নাথাকিব যান-যটৰ সমস্যা,নাথাকিব লেচীৰ ধন সংগ্ৰহ। চাৰিখনখন জিলাক সামৰি থকা গোগামুখ উপ-বাছ আস্থানটোৰ জৰিয়তে যাত্ৰী সকলে দূৰ দুৰণিলৈ যাত্ৰা কৰিবলৈ সুবিধা লাভ কৰিব। মাজুলী, ধেমাজি, লক্ষীমপুৰ, আৰু ডিব্ৰুগড়ৰ যাত্ৰী সকলে এতিয়াৰে পৰা গোগামুখ উপ-বাছ আস্থানৰ জৰিয়তে যাত্ৰা কৰিব লাগিব। অৱশ্যে ASTC এই পদক্ষেপ কিমানদুৰ সম্ভৱপৰ হ'ব সেইয়া সময়হে ক'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદઃ SOG ટીમનું મેગા ઓપરેશન, દરેક કેફે સાથે અનેક વિસ્તારો માં ડ્રગ્સ દારૂ નો સર્ચ ઓપરેશન શરૂ,
અમદાવાદઃ SOG ટીમનું મેગા ઓપરેશન, દરેક કેફે સાથે અનેક વિસ્તારો માં ડ્રગ્સ દારૂ નો સર્ચ ઓપરેશન શરૂ,
ছিপাঝাৰ ননৈ নদীত উদ্ধাৰ গোপালপুৰৰ নমহীয়া গৰ্ভৱতী মণীষা ডেকাৰ মৃতদেহ; স্বামীক গ্ৰেপ্তাৰৰ দাবী
ছিপাঝাৰত ননৈ নদীত মহিলাৰ মৃতদেহ উদ্ধাৰ।
স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।
মহিলাগৰাকীৰ স্বামীক...
જેનાલ ગામે ભાજપની સભા યોજાઈ
જેનાલ ગામે ભાજપની સભા યોજાઈ
હિંમતનગર ના ગાભોઇમાં બાળકીને જીવતી દાટી દેવાઈ.
સાબરકાંઠા હિંમતનગર ના ગાંભોઇમાં માસુમ નવજાત બાળકી ને જીવતી દાટી દેવાઈ હતી,
માસુમ નવજાત બાળકીને...
মুকেশ আম্বানীৰ ল'ৰাই পায় নে পকৰী বেচা ল'ৰাই চাকৰি পাব ৰিজাল্ট দিয়াৰ দিনা গম পাব,,, মুখ্যমন্ত্ৰী...
মুকেশ আম্বানীৰ ল'ৰাই পায় নে পকৰী বেচা ল'ৰাই চাকৰি পাব ৰিজাল্ট দিয়াৰ দিনা গম পাব,,, মুখ্যমন্ত্ৰী...